Tumar Hahiti
Similar songs
Aatori Thakileo
Neel Akash,Bikashita Gogoi04:06
Upojar Pora
Kalyani Dutta04:53
Upojare Pora
Kalyani Dutta04:53
Abhimani
Budhen Saikia,Swarran03:28
Soku Meli Suwana
Megghali Bora03:46
Tumar Babe
Himangshu Sarma05:07
Xopun
Arin Siam05:35
Tumi Xare Asa
Mrinmoy Kashyap,Jontro03:16
Janam Janam Tumi
Deeplina Deka,Ashim Talukdar04:07
Khilinjia
Utpal Chutia07:15
Similar Songs
Aatori Thakileo
Neel Akash,Bikashita Gogoi
Upojar Pora
Kalyani Dutta
Upojare Pora
Kalyani Dutta
Abhimani
Budhen Saikia,Swarran
Soku Meli Suwana
Megghali Bora
Tumar Babe
Himangshu Sarma
Xopun
Arin Siam
Tumi Xare Asa
Mrinmoy Kashyap,Jontro
Janam Janam Tumi
Deeplina Deka,Ashim Talukdar
Khilinjia
Utpal Chutia
About song
Genre :Romantic
2876 Plays
Music Director: Gourisnkr Nath
Tune: Mrityunjay Kakati
Lyricist: Mrityunjay Kakati
Composition: Mrityunjay Kakati
Copyright © Euphony Digital
Lyrics
প্ৰতি পুৱা নতুন নতুন লাগে
আজিকালি মোৰ কিয়?
তোমাক দেখাৰ পৰাই চাগে
জীৱনলে বাঢ়িছে আদৰ
কিনো মায়া সানি গ''লা তুমি আহি
নুবুজাকে ৰ''লো মই
সৰলতা তোমাৰ হাঁহিটিত
প্ৰতিপল মগন মই
নুবুজা এটি সাঁথৰ হৈ
নাজাবা তুমি আঁতৰি
তোমাৰ প্ৰতিটো কথা জানিবলৈ বুজিবলে আছোঁ বহু আশা পুহি
প্ৰতি নিশা জোনৰে পোহৰতে
ক্ষণগণো ৰাতি পুৱাবলে
উঠানমা বাঢ়িছে হৃদয়তে
আহিবানে হিয়া জুৰাবলে
উজাগৰে আৰু কিমান কটাম নিশা
তোমাক কাষত পোৱাৰ বাঢ়ে অযুত আশা
তুমি মোৰ শাৰদীয় অনুভূতি
প্ৰথম প্ৰেমৰ যেন সুৰভি
হৃদয়ত পৰাণৰ ঢৌ তুলা জনী তুমি
নুবুজা এটি সাঁথৰ হৈ
নাজাবা তুমি আঁতৰি
তোমাৰ প্ৰতিটো কথা জানিবলৈ বুজিবলে আছোঁ বহু আশা পুহি